Blog Structure
তলত কেইটামান সামান্য বিশেষত্ব দিয়া হৈছে যিয়ে এটা বিশিষ্ট Blog হোৱাত সহায় কৰিব:
. খিৰ্ষক টো প্ৰদৰ্শকৰে আৰু সূচীৰে
. মুখ্য আকৰ্ষণৰে আৰু নতুত্ব Blog Post ৰে বিষয় (content) নিৰ্মাণ
. সামাজিক ৰূপচিত্ৰ (Social profile) আৰু ভাল লগা বিষয়( favourite content) ৰে Sidebar ত লিখিব
উপৰোক্ত উদাহৰণখিনি সামান্য Blog ৰ কাৰণে মূল Structure হে। নিজৰ নিজৰ মহত্ব আছে প্ৰত্যেকটো সামগ্ৰীৰে আৰু ইয়ে আপোনাৰ Blog লৈ দৰ্শক ক নিৰ্দেশ হিচাপে সহায় কৰে।
To be continue........
Comments
Post a Comment