Blog and website
সাধাৰণতে মানুহৰ মাজত প্ৰায়ে প্ৰশ্ন উত্থাপন হৈ যে Website আৰু Blog ৰ মাজত কিবা পাৰ্থক্য আছে নেকি। Blog কি হয় আৰু Website কি হয় ? আজিৰ সময়ত এই দুটাৰ মাজৰ পাৰ্থক্য বিছৰাটো অতি Challenging হয়। Website ৰ লগত Blog বোৰ সনিবিষ্ট কৰিছে বহুতো Website Company এ।
What differentiates blogs from websites?
Blog বোৰ বাৰে বাৰে Updates ৰ প্ৰয়োজন হয়। উদাহণ হিচাপে এটা Food Blog ত বিভিন্ন ধৰণৰ খাদ্য Recipes Share কৰে বা Company এটাই নিজৰ উদ্যোগ (Industry) তোৰ বিষয়ে লিখিব।
Blog বোৰে পাঠকৰ মাজত সবন্ধটো দৃহ কৰাই। পাঠকসকলে মতামতৰ (Comments) দিয়াৰ লগতে সমাজৰ বিভন্ন চিন্তা ধাৰণা ব্যক্ত কৰিবলৈ সুবিধা পায়। Blogger বোৰে নিয়মিত ৰূপত নতুন নতুন Post কৰি Site টো Update কৰে।
আনহাতে Website বোৰত এখন স্থিৰ Page ত হে বিষয়বস্তুবোৰ প্ৰস্তুত কৰা হয়। Website ৰ Owner বোৰে স্থিৰ Page ত Update কৰিবলৈ অসুবিধাৰ সন্মুখীন হয়।
এটা স্থিৰ Website ৰে এটা Blog Post ৰ পষ্টিকণন কেইটামান তত্বৰ, ভিতৰত প্ৰকাশন তিথি (Publishing Date) লেখক সন্দৰ্ভ(Author Refrence) শ্ৰেণী (Category) আৰু এটা line ত উপনাম থাকে। তথাপিও সকলো Blog Post তে এইবোৰ নাথাকে। কিন্তু স্থিৰ Website Pages ত এইবোৰৰ এটাও সামগ্ৰী নাথাকে। ইয়াৰ ফলত স্থিৰ Website ৰ বিষয়বস্তুৰ প্ৰতি দৰ্শকৰ দৃষ্টিকোণ সলনি নহয়। Blogger বোৰে নিজৰ সুবিধা অনুযায়ী Post কৰিব পাৰে।
To be continue
Comments
Post a Comment