Blog ৰ উদ্দেশ্য কি ?
Blog এটা আৰম্ভ কৰাৰ বহুতো ব্যক্তিগত কাৰণ হব পাৰে। যেনে, ব্যৱসায়ৰ বাবে হব পাৰে, প্ৰকল্পৰ বাবেও হব পাৰে বা যি এ আপোনাক উপাৰ্জন দিব পাৰে। এইটোৱে প্ৰথম আৰু সৰল চিধা উদেশ্য।
Blog ৰ মূল উদ্দেশ্য হৈছে আপোনাক উচিত দৰ্শকৰ সৈতে মিলোৱা। আনটো হৈছে আপোনি"traffic boost" মানে মানুহ বেছিকে মতিব পৰা (আকৰ্ষণ কৰিব পৰা) আপোনাৰ উত্তম সামগ্ৰীৰে।
আপোনাৰ Blog Post যিমান বেছিকৈ আৰু ভাল হব, আপোনাৰ website টোত দৰ্শকৰ দ্বাৰা বিচৰা আৰু দেখাৰ সম্ভাৱনা সিমানেই অধিক হৈ পৰিব। তাৰ মানে এইটো যে আপোনাৰ Blog টো এটা প্ৰভাবখলী সামগ্ৰী আৰু প্ৰজন্মৰ উপকৰণ হয়। আৰু ইয়ে আপোনাৰ website traffic ক উত্তাম leads ত পৰিণত কৰিব। Blog এটাই আপোনাক আপোনাৰ বিশিষ্ট জ্ঞান দেখুওৱাৰ লগতে আপোনাক Brand বনুৱাৰো অনুমতি দিয়ে।
আপুনি যেতিয়া আপোনাৰ বিশিষ্ট জ্ঞানেৰে এটা বিষয়াত্মক আৰু আকৰ্ষণীয় Post কৰে, তেতিয়া আপোনাৰ আৰু দৰ্শক সৈতে বিশ্বাসৰ সবন্ধ এটা গঢ় লয়।
To be continue.......
Comments
Post a Comment