What is Blogging
২০০০ বৰ্ষৰ আৰম্ভণিত, যেতিয়া ৰাজনৈতিক Blog ৰ জন্ম হয় তেতিয়া বিভিন্ন ৰূপত নতুনকৈ Blogging বোৰ সন্মুখলৈ আহে। Blog ৰ লগতে কেনেকৈ আৰম্ভ লগে তাৰ নিয়মাৱলী ও প্ৰস্তুত কৰা হল। সংস্থানবোৰে সাংবাদিকতা আৰু Blogging ৰ মাজৰ পাৰ্থক্য বোৰ লিখিব লৈ আৰম্ভ কৰে।
Definition of Blogging
Blog এটা জীয়াই ৰাখিবলৈ আৰু তাক চলাই থাকিবলৈ Blogging ৰ কৌশলৰ জ্ঞান হব লাগিব। Web Page টো সুন্দৰকৈ সোজাবলৈ কেইটামান সামগ্ৰীৰ (tools) দৰকাৰ হয়। যেনে, লিখা( Writing), Posting, Linking আৰু Sharing বিষয়বস্তু (Content) সহজে Internet ত পোৱা যায়।
To be continue.....
Comments
Post a Comment