Blogging is popular
এইটো মানিব লাগিব যে Blogging, সময়ৰ সৈতে জনপ্ৰিয়তা বাঢ়িব ধৰিছে। এই প্রশ্নটোৰ উত্তৰ দিবলৈ যে Blogging কি হয়? তাৰ বিষয়ে জানিবলৈ আমি ইয়াৰ জন্ম আঁৰৰ কাৰকবোৰ চাব লাগিব।
আৰম্ভণি সময়ত, বাতৰকাকতৰ সন্থাবোৰে আগত থাকিবলৈ আৰু মতামত লবৰ বাবে Blogging ক উপকৰণ ৰ ৰূপহিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। আৰু ই খবৰ দিয়াৰ নতুন স্ৰোত হৈ পৰিল।
Blogging ৰ জৰিয়তে, ব্যৱসায়িক বোৰে গ্ৰাহকৰ সন্তোষতা লাভ কৰিবলৈ ইয়াৰ Positive side টো চাবলৈ ধৰে। Blog এ গ্ৰাহক আৰু মালিক বোৰক নিয়মিত up to date কৰি থাকে। যেতিয়া এই আপোনাৰ Blog টোত অধিক মানুহে চাব সিমানেই আপোনাৰ সামগ্ৰীৰ প্ৰতি বিশ্বাস জন্মিব।
ব্যক্তিগত Blogger বোৰে এইটো চাই যে কেনেকৈ বেছি মানুহে মন থকা (ভাল পোৱা) বিষয়টো তেওঁলোকৰ উচৰত পোৱাব পৰি। Blog ৰ জৰিয়তে দৰ্শকে আপুনক আৰু আপোনাৰ সামগ্ৰীৰ বিষয়ে মতামত দিয়াৰ লগতে কথা-বতৰা ও পাৰিব। যিয়ে আপোনাক সহায় কৰিব ভাল, নিষ্ঠাবান অনুৰাগী ৰ সৈতে Network বনুৱাত।
আপুনি জানেনে Blogging দ্বাৰা অৰ্থ (পইচা) ও উপাৰ্জন কৰিব পৰি বুলি? যেতিয়া আপোনাৰ Blog টোৱে যথেষ্ট গৰুত্ব পাব,Fan হব তেতিয়া Earning ত অনুসন্ধান কৰিব পাৰিব। Blog ৰ জৰিয়তে আপুনি বস্তূ কিনিব আৰু বেছিৱ লৈ সুবিধা পাব।
To be continue.......
Comments
Post a Comment