Skip to main content

Posts

Showing posts from March, 2022

About Blog , ব্লগৰ বিষয়ে কিছু তথ্য

  About Blog মানুহৰ মাজত ভূল ধাৰণা আছে যে Blog এটা আৰম্ভ কৰিবলৈ তাত সফলতা পাবলৈ এজন ভাল লেখক হব লাগিব। ইয়াত কোনো ধৰণৰ সত্যতা নাই, মানুহে নিজৰ নিজৰ ব্যক্তিগত কোনো কথা বা বিষয়ে জানিবলৈ Blog ৰ site ত গৈ পঢ়ে। সেইকাৰণে Blogger বোৰে ঘৰুৱা সহজ ভাষাত Blog বোৰ লিখে। সেইটো কাৰণে বহুতো সফল Blogger ৰে একেটা Blog তে বিভিন্ন বিষয়ৰ ওপৰত প্ৰবন্ধ লিখে। আনহাতে, এটা ভাল Blog ৰ বাবে আপুনি বিষয়টোৰ প্ৰতি পাৰ্গত মানে expert নহলেও কোনো কথা নাই। উদাৰণস্বৰূপে, আমি ধৰি লব পাৰো যে এজন দৰ্শকে ৰন্ধন কিছু প্ৰণালী শিকিব বিচাৰিছে, তাৰ কাৰণে তেওঁ ৰন্ধনৰ কিতাপ পঢ়াতকৈ তেওঁ শুনিব বিচাৰিব কাৰোবাৰ বুনুৱাৰ অভিজ্ঞতা, ভূল কৰি শুদ্ধ কৰাটো। এজন সফল Blogger ৰ ৰ বাস্তবতে এটাই প্ৰয়োজন হয়, আৰু সেইটো হল ধৈৰ্য আগ্ৰহ নিজৰ বিষয়টোৰ প্ৰতি। মূলতে, blogging হৈছে আপোনাৰ বিষয়টোৰ প্ৰতি থকা জ্ঞান, যিটো বিশ্বৰ সকলোৰ লগত Share কৰা। সহজ উপায়েৰে এটা সফল Blog আৰম্ভ কৰাৰ মন্ত্ৰটো হৈছে, Blog লিখাটোৰ প্ৰতি একাগ্ৰতা। যেতিয়ালৈকে আপোনাৰ পচন্দৰ বিষয়টো দীঘলীয়া সময়লৈ লিখি থাকিব, তেতিয়া আপোনাৰ আগ্ৰহ প্ৰকাশিত হ'ব আৰু দৰ্শকৰো আপোনাৰ বিষয়টো আ...

What is Blog article? অসমীয়াত

  Blog article কি? Blog আৰু Article ৰ মাজত সামান্য পাৰ্থক্য পোৱা যায়, সেইকেইটা হ'ল- Article লেখ জ্ঞান বঢ়োৱত সহায় কৰে। Article লেখ অনুসন্ধান আৰু সংখিক তথ্যৰ ওপৰত আধাৰ কৰি লিখা হয়। Article, বাতৰিকাতত প্ৰকাশ হোৱা ঐতিহাসিক দিশবোৰ যেনে দেশৰ বৰ্তমানৰ পৰিস্থতি, খেল জগতৰ খবৰ ইত্যাদি প্ৰকাশ হয়, যিয়ে জ্ঞান বঢ়ত সহায়ক হয়। আজিকালি  designing Article Website ত Post কৰা দেখা যায়। আনহাতে Blog ত নিজৰ পছন্দৰ বিষয়ৰ ওপৰত আলোচনা, মত, অভিজ্ঞতাৰ বিষয়ে লিখিব পাৰে। যিটো আপুনি আপোনাৰ Blog Blogger বা Website ত Post কৰিব পাৰে। Blog এটা Post হোৱাৰ হোৱাৰ কিছু সময়ৰ পিছতেই Website ত Update হৈ যায়, আনহাতে Article ত প্ৰকাশৰ বাবে তাৰিখ আৰু সময় প্ৰকাশকৰ হাতত থাকে। Blog Post সাধাৰণতে Article বোৰতকৈ ছুটি হয়।খুব বেছি Blog বোৰ ২৫০ ৰ পৰা ৫০০ ভিতৰত সাজু হৈ যায়, কিন্তূ Article এটা কমেও ২০০০ খব্দৰ ভিতৰত হব লাগে। Blog এটাৰ ভাষা ঘৰুৱা হ'লেও চলি যায়। কিন্তূ Article ৰ ভাষা official হব লাগে। Blog ত Article ৰ Link দিয়া থাকে, আনফালে Article ত Blog ৰ Link দিয়া নাথাকে।  আশা কৰোঁ আপোনাৰ বাবে এই Blog টো লাভদা...

Why is Blogging so popular? ব্লগীং কিয় ইমান জনপ্ৰিয়? অসমীয়াত

Is Blogging popular? Blogging আজিৰ দিনত জনপ্ৰিয়, ইয়াৰ বিশেষ তিনটা কাৰণ হ'ল- এতিয়া Blog বনাটো আৰু চলোৱাটো তেণেই পানী খোৱাৰ নিচিনা সহজ হৈ পৰিছে। দুটামান Click তে আপোনাৰ Blog ready. আগতে Blog বা Website ত বনাবলৈ পইচা দিব লগা আছিল আৰু প্ৰত্যেক Blog Post ত আৰু সলনি বা up Date ত টকা দিব লগা হৈছিল। দ্বিতীয়তে, এইটো সঁচা যে আপুনি বহুটো ধৰণেৰে উপাৰ্জন কৰিব পাৰে। যদি আপুনি আপোনৰ কামটোৰ প্ৰতি লগণ আৰু কষ্ট কৰে আৰু যদি Luck ভাল হয় তেতিয়াহলে আপুনি লাখ টকাও উপাৰ্জন কৰিব পাৰে। কিন্তু কিছু সংখ্যক লোকে অলপতে সন্তুষ্ট হৈ যায়। মূলতঃ, এই মহামাৰী এ আমাক সকলোকে ঘৰৰ পৰা কাম কৰাত বাধ্য কৰি পেলালে, এটা স্থানত বন্দী কৰি পেলালে, যিটো আমি কোনেও কল্পনাই কৰা নাছিলো। যিয়ে, শিক্ষাৰ মাধ্যমটো Online কৰাৰ ফালে প্ৰেৰিত কৰিলে। আৰু আপোনাৰ Blog টোও এই আন্দোলনৰ ভাগ হ'ব পাৰে। আপুনি আপোনৰ সামগ্ৰীবোৰ Blog ৰ সহায় লৈ জনকাৰী দিয়াৰ লগে লগে এজন প্ৰয়োজনীয় গ্ৰাহকক বেচিব পাৰিব।     আশা কৰোঁ আপোনাৰ বাবে এই Bolg টো লাভদায়ক হ'ব।

Who is a Blogger? ব্লগাৰ কোন হয়, অসমীয়াত

  Who is a Blogger?   আজিৰ দিনত, Blogger বোৰে বহুতো কাৰণত জনপ্ৰিয় হৈ পৰিছে। Blogging মানুহৰ Side ব্যৱসায় নিচিনাকৈ নতুবা বিকল্প Career হিচাপে বাছি লৈছে। ইয়াকে দেখি দেখি বহুতো লোকে Blogging বনুৱাৰ দিশে মনোনিবেশ কৰিছে। Blogger কি হয়, ইয়াৰ উত্তৰটো এনেকৈ দিব পাৰি যে, কিছুমান ব্যক্তিয়ে নিজৰ জীৱনৰ কিছুমান মূহুত আপোনাৰ লগত Share কৰি ভাল পায়। বিভিন্ন ধৰণৰ post কৰে যেন,কেইটামান উদাহৰণ হ'ল চিত্ৰ অংকন (arts), ঘৰৰ ডিজাইন (home decor), ৰং অংকন (carpentry), বিত্তীয় লেখ ( finance article) ইত্যাদি ইত্যাদি। Blogger ক কোনো নিদিষ্ট স্থানৰ দৰকাৰ নাই, Blogger ক Mobile ৰ হে খালী প্ৰয়োজন হয়। Blogger বোৰৰ Internet ই ঘৰ বুলি কলে ভূল কোৱা নহব। Definition of Blogger Blog এটা জিয়ে নিয়ন্ত্ৰণ আৰু চলাই সিয়েই Blogger. দৰ্শকৰ উপৰত লক্ষ্য ৰাখি Blogger এজনে বিভিন্ন  জ্ঞান থকা বিষয়ৰ ওপৰত প্ৰবন্ধ লিখি Share কৰে। কম সংখ্যক হ'লেও Online ৰ জগত ত আৰু বাস্তৱিক পৃথিৱী দুতাটতে জনপ্ৰিয় হৈ পৰিছে Blogger বোৰ। To be continue........