Skip to main content

About Blog , ব্লগৰ বিষয়ে কিছু তথ্য

 About Blog

মানুহৰ মাজত ভূল ধাৰণা আছে যে Blog এটা আৰম্ভ কৰিবলৈ তাত সফলতা পাবলৈ এজন ভাল লেখক হব লাগিব। ইয়াত কোনো ধৰণৰ সত্যতা নাই, মানুহে নিজৰ নিজৰ ব্যক্তিগত কোনো কথা বা বিষয়ে জানিবলৈ Blog ৰ site ত গৈ পঢ়ে। সেইকাৰণে Blogger বোৰে ঘৰুৱা সহজ ভাষাত Blog বোৰ লিখে।

সেইটো কাৰণে বহুতো সফল Blogger ৰে একেটা Blog তে বিভিন্ন বিষয়ৰ ওপৰত প্ৰবন্ধ লিখে।

আনহাতে, এটা ভাল Blog ৰ বাবে আপুনি বিষয়টোৰ প্ৰতি পাৰ্গত মানে expert নহলেও কোনো কথা নাই। উদাৰণস্বৰূপে, আমি ধৰি লব পাৰো যে এজন দৰ্শকে ৰন্ধন কিছু প্ৰণালী শিকিব বিচাৰিছে, তাৰ কাৰণে তেওঁ ৰন্ধনৰ কিতাপ পঢ়াতকৈ তেওঁ শুনিব বিচাৰিব কাৰোবাৰ বুনুৱাৰ অভিজ্ঞতা, ভূল কৰি শুদ্ধ কৰাটো।

এজন সফল Blogger ৰ ৰ বাস্তবতে এটাই প্ৰয়োজন হয়, আৰু সেইটো হল ধৈৰ্য আগ্ৰহ নিজৰ বিষয়টোৰ প্ৰতি।

মূলতে, blogging হৈছে আপোনাৰ বিষয়টোৰ প্ৰতি থকা জ্ঞান, যিটো বিশ্বৰ সকলোৰ লগত Share কৰা। সহজ উপায়েৰে এটা সফল Blog আৰম্ভ কৰাৰ মন্ত্ৰটো হৈছে, Blog লিখাটোৰ প্ৰতি একাগ্ৰতা। যেতিয়ালৈকে আপোনাৰ পচন্দৰ বিষয়টো দীঘলীয়া সময়লৈ লিখি থাকিব, তেতিয়া আপোনাৰ আগ্ৰহ প্ৰকাশিত হ'ব আৰু দৰ্শকৰো আপোনাৰ বিষয়টো আগ্ৰহ বঢ়িব।



Comments

Popular posts from this blog

Why is Blogging so popular? ব্লগীং কিয় ইমান জনপ্ৰিয়? অসমীয়াত

Is Blogging popular? Blogging আজিৰ দিনত জনপ্ৰিয়, ইয়াৰ বিশেষ তিনটা কাৰণ হ'ল- এতিয়া Blog বনাটো আৰু চলোৱাটো তেণেই পানী খোৱাৰ নিচিনা সহজ হৈ পৰিছে। দুটামান Click তে আপোনাৰ Blog ready. আগতে Blog বা Website ত বনাবলৈ পইচা দিব লগা আছিল আৰু প্ৰত্যেক Blog Post ত আৰু সলনি বা up Date ত টকা দিব লগা হৈছিল। দ্বিতীয়তে, এইটো সঁচা যে আপুনি বহুটো ধৰণেৰে উপাৰ্জন কৰিব পাৰে। যদি আপুনি আপোনৰ কামটোৰ প্ৰতি লগণ আৰু কষ্ট কৰে আৰু যদি Luck ভাল হয় তেতিয়াহলে আপুনি লাখ টকাও উপাৰ্জন কৰিব পাৰে। কিন্তু কিছু সংখ্যক লোকে অলপতে সন্তুষ্ট হৈ যায়। মূলতঃ, এই মহামাৰী এ আমাক সকলোকে ঘৰৰ পৰা কাম কৰাত বাধ্য কৰি পেলালে, এটা স্থানত বন্দী কৰি পেলালে, যিটো আমি কোনেও কল্পনাই কৰা নাছিলো। যিয়ে, শিক্ষাৰ মাধ্যমটো Online কৰাৰ ফালে প্ৰেৰিত কৰিলে। আৰু আপোনাৰ Blog টোও এই আন্দোলনৰ ভাগ হ'ব পাৰে। আপুনি আপোনৰ সামগ্ৰীবোৰ Blog ৰ সহায় লৈ জনকাৰী দিয়াৰ লগে লগে এজন প্ৰয়োজনীয় গ্ৰাহকক বেচিব পাৰিব।     আশা কৰোঁ আপোনাৰ বাবে এই Bolg টো লাভদায়ক হ'ব।

Blog ৰ Structure কেনেকুৱা হব লাগে ?

Blog Structure সময়ৰ লগে লগে Blog ৰ ধৰণবোৰো সলনি হৈ গৈ আছে। আজিকালি Blog বোৰত বিভিন্ন ধৰণৰ বহুমুখী সামগ্ৰীৰ লগতে widget সংখ্যক Blog ত কিছুমান ভাল সুবিধা আৰু structure ও আছে।    তলত কেইটামান সামান্য বিশেষত্ব দিয়া হৈছে যিয়ে এটা বিশিষ্ট Blog হোৱাত সহায় কৰিব:      . খিৰ্ষক টো প্ৰদৰ্শকৰে আৰু সূচীৰে      . মুখ্য আকৰ্ষণৰে আৰু নতুত্ব Blog Post ৰে বিষয়         (content) নিৰ্মাণ      . সামাজিক ৰূপচিত্ৰ (Social profile) আৰু ভাল         লগা বিষয়( favourite content) ৰে Sidebar           ত লিখিব       উপৰোক্ত উদাহৰণখিনি সামান্য Blog ৰ কাৰণে মূল Structure হে। নিজৰ নিজৰ মহত্ব আছে প্ৰত্যেকটো সামগ্ৰীৰে আৰু ইয়ে আপোনাৰ Blog লৈ দৰ্শক ক নিৰ্দেশ হিচাপে সহায় কৰে।       To be continue........

Who is a Blogger? ব্লগাৰ কোন হয়, অসমীয়াত

  Who is a Blogger?   আজিৰ দিনত, Blogger বোৰে বহুতো কাৰণত জনপ্ৰিয় হৈ পৰিছে। Blogging মানুহৰ Side ব্যৱসায় নিচিনাকৈ নতুবা বিকল্প Career হিচাপে বাছি লৈছে। ইয়াকে দেখি দেখি বহুতো লোকে Blogging বনুৱাৰ দিশে মনোনিবেশ কৰিছে। Blogger কি হয়, ইয়াৰ উত্তৰটো এনেকৈ দিব পাৰি যে, কিছুমান ব্যক্তিয়ে নিজৰ জীৱনৰ কিছুমান মূহুত আপোনাৰ লগত Share কৰি ভাল পায়। বিভিন্ন ধৰণৰ post কৰে যেন,কেইটামান উদাহৰণ হ'ল চিত্ৰ অংকন (arts), ঘৰৰ ডিজাইন (home decor), ৰং অংকন (carpentry), বিত্তীয় লেখ ( finance article) ইত্যাদি ইত্যাদি। Blogger ক কোনো নিদিষ্ট স্থানৰ দৰকাৰ নাই, Blogger ক Mobile ৰ হে খালী প্ৰয়োজন হয়। Blogger বোৰৰ Internet ই ঘৰ বুলি কলে ভূল কোৱা নহব। Definition of Blogger Blog এটা জিয়ে নিয়ন্ত্ৰণ আৰু চলাই সিয়েই Blogger. দৰ্শকৰ উপৰত লক্ষ্য ৰাখি Blogger এজনে বিভিন্ন  জ্ঞান থকা বিষয়ৰ ওপৰত প্ৰবন্ধ লিখি Share কৰে। কম সংখ্যক হ'লেও Online ৰ জগত ত আৰু বাস্তৱিক পৃথিৱী দুতাটতে জনপ্ৰিয় হৈ পৰিছে Blogger বোৰ। To be continue........