Blog article কি?
Blog আৰু Article ৰ মাজত সামান্য পাৰ্থক্য পোৱা যায়, সেইকেইটা হ'ল-
- Article লেখ জ্ঞান বঢ়োৱত সহায় কৰে। Article লেখ অনুসন্ধান আৰু সংখিক তথ্যৰ ওপৰত আধাৰ কৰি লিখা হয়। Article, বাতৰিকাতত প্ৰকাশ হোৱা ঐতিহাসিক দিশবোৰ যেনে দেশৰ বৰ্তমানৰ পৰিস্থতি, খেল জগতৰ খবৰ ইত্যাদি প্ৰকাশ হয়, যিয়ে জ্ঞান বঢ়ত সহায়ক হয়। আজিকালি designing Article Website ত Post কৰা দেখা যায়। আনহাতে Blog ত নিজৰ পছন্দৰ বিষয়ৰ ওপৰত আলোচনা, মত, অভিজ্ঞতাৰ বিষয়ে লিখিব পাৰে। যিটো আপুনি আপোনাৰ Blog Blogger বা Website ত Post কৰিব পাৰে।
- Blog এটা Post হোৱাৰ হোৱাৰ কিছু সময়ৰ পিছতেই Website ত Update হৈ যায়, আনহাতে Article ত প্ৰকাশৰ বাবে তাৰিখ আৰু সময় প্ৰকাশকৰ হাতত থাকে।
- Blog Post সাধাৰণতে Article বোৰতকৈ ছুটি হয়।খুব বেছি Blog বোৰ ২৫০ ৰ পৰা ৫০০ ভিতৰত সাজু হৈ যায়, কিন্তূ Article এটা কমেও ২০০০ খব্দৰ ভিতৰত হব লাগে।
- Blog এটাৰ ভাষা ঘৰুৱা হ'লেও চলি যায়। কিন্তূ Article ৰ ভাষা official হব লাগে।
- Blog ত Article ৰ Link দিয়া থাকে, আনফালে Article ত Blog ৰ Link দিয়া নাথাকে।
আশা কৰোঁ আপোনাৰ বাবে এই Blog টো লাভদায়ক হ'ব।
Comments
Post a Comment