Skip to main content

Posts

Showing posts from May, 2022

Sri Lanka's economic situation

 এখন শ্ৰীলংকাৰ Activist মানে সুংখুত্ৰ ই ইংৰাজী বাতৰকাকতত  ইণ্ডিয়ান এক্সপ্ৰেছ ত জনাইছে যে শ্ৰীলঙ্কাত প্রতি কি:লো ত ৫০০ টকালৈ ভাঢ়িব পাৰে। শ্ৰীলঙ্কাত ভাৰতীয় ১ টকাৰ মূল্য প্ৰায় ৪ টকাৰ সমান হয়। এগৰাকী শ্ৰীলঙ্কাৰ শিক্ষককে জনাইছে যে তেওলোকৰ মহে মুঠ খৰচ হৈছিল ৩০,০০০ আৰু এতিয়া তেঁওলোকৰ ৮৩,০০০ খৰচ হ'ল ।  শ্ৰীলঙ্কাত বৈদ্যুতিক কৰ্তন Electricity shortage ইমান হৈছে যে ২৪ ঘণ্টাত মাত্ৰ চাৰি ঘণ্টাহে লাইন থাকে। দেশৰ বৈদ্যুতিক মন্ত্ৰীয়ে ৰাস্তাৰ Street lights বোৰ বন্ধ কৰি দিবলৈ দিছে, যাতে কাৰেণ্টৰ ৰাহি হয়।  শ্ৰীলঙ্কা চৰকাৰে বৈদ্যুতিক মন্ত্ৰীক নিৰ্দেশ দিছে যে শ্ৰীলঙ্কাৰ খাশা branch ভাৰতৰ lankan oil corporation ৰ পৰা ডিজেল লবলৈ। LIOC এ ৬,০০০ ডিজেল শ্ৰীলঙ্কাক ৰপ্তানি কৰিছে। ৰন্ধন গেছ সপ্তাহত এবাৰ কৈ আহি আছে আৰু তাৰ মূল্য ৩,০০০ টকাৰ পৰা প্ৰায় বৃদ্ধি কৰি ৪,২০০ শ্ৰীলঙ্কাৰ মূল্যত হৈছে গৈ। খোৱা খাদ্যৰ অভাৱ ইমানেই হৈছে যে বহুতো লোক নিজৰ ঠাই এৰি যাবলৈ বাধ্য হৈ পৰিছে। ৬ জন refugee প্ৰবজনকাৰি ৰামেশ্বৰমৰ ওচৰৰ এখন দ্বীপত পোৱা গৈছে, তেওঁলোকে জনাইছে যে এজন মাছৰীয়াক তেওঁলোকে ৫০,০০০ দিছিল তেওঁলোকক...

Sri Lanka's current situation in অসমীয়াত।

 শ্ৰীলঙ্কাত state of emergency ঘোষণা কৰি দিয়া হৈছে। দ্বীপটোত সামাজিক মাধ্যমৰ websites বোৰ banned বন্ধ কৰি দিয়া হৈছে। আৰু গোটেই দ্বীপটোতে curfew লগাই দিয়া হৈছে। ইয়াৰ আগতে হজাৰো সংখ্যক লোক ওলাই আহিছিল ৰাস্তালৈ আন্দোলন কৰিবলৈ। দেশখনত খাদ্যৰ আৰু ইন্ধনৰ বহুত অভাৱ ঘটিছে, জনতা বহুত খঙত আছে। আৰু শ্ৰীলংকাখন বহুত বেছি Economic crisis আৰ্থিক সংকটৰ মাজত আছে।  খোৱা খাদ্যৰ লগতে পেট্ৰল ডিজেল কাৰণেও যুজি আছে। শ্ৰীলঙ্কাৰ খঙাল জনতাসকলেও ৰাষ্ট্ৰপতিৰ আৱাস গৃহত আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, কিন্তু তেওঁলোকে পানী আৰু কন্দুৱা গেচৰ সন্মুখীন হব লগা হয়।  February মাহত শ্ৰীলকাৰ foreign currency reserves মানে বিদেশী মুদ্ৰা ভাণ্ডাৰ আছিল 2.3 billion dollars. January 2020 ৰ তুলনাত 70% ই তলত আছে।  অৰ্থাৎ ইমানেই কম মজুদ আছে যে এক মাহৰ হে খাদ্য খামগ্ৰী আমদানি কৰিব পাৰিব নিজৰ দেশলৈ। ইয়াৰ ওপৰিও শ্ৰীলঙ্কাৰ $4 মিলিয়ন ঋণ পৰশোধ কৰিব আছে।  শ্ৰীলংকাই চেনী, অনাজ ঔষধৰ নিচিনা basic লাগতীয়াল বস্তুবোৰো বাহিৰৰ পৰা আমদানি কৰে। আমি ভাৰতীয়বোৰ বহুত ভাগ্যৱন যে এইবোৰ সামগ্ৰী ভাৰতৰ বিভিন্ন ৰাজ্যত খেতি কৰা হয়। আ...