শ্ৰীলঙ্কাত বৈদ্যুতিক কৰ্তন Electricity shortage ইমান হৈছে যে ২৪ ঘণ্টাত মাত্ৰ চাৰি ঘণ্টাহে লাইন থাকে। দেশৰ বৈদ্যুতিক মন্ত্ৰীয়ে ৰাস্তাৰ Street lights বোৰ বন্ধ কৰি দিবলৈ দিছে, যাতে কাৰেণ্টৰ ৰাহি হয়।
শ্ৰীলঙ্কা চৰকাৰে বৈদ্যুতিক মন্ত্ৰীক নিৰ্দেশ দিছে যে শ্ৰীলঙ্কাৰ খাশা branch ভাৰতৰ lankan oil corporation ৰ পৰা ডিজেল লবলৈ। LIOC এ ৬,০০০ ডিজেল শ্ৰীলঙ্কাক ৰপ্তানি কৰিছে। ৰন্ধন গেছ সপ্তাহত এবাৰ কৈ আহি আছে আৰু তাৰ মূল্য ৩,০০০ টকাৰ পৰা প্ৰায় বৃদ্ধি কৰি ৪,২০০ শ্ৰীলঙ্কাৰ মূল্যত হৈছে গৈ। খোৱা খাদ্যৰ অভাৱ ইমানেই হৈছে যে বহুতো লোক নিজৰ ঠাই এৰি যাবলৈ বাধ্য হৈ পৰিছে।
৬ জন refugee প্ৰবজনকাৰি ৰামেশ্বৰমৰ ওচৰৰ এখন দ্বীপত পোৱা গৈছে, তেওঁলোকে জনাইছে যে এজন মাছৰীয়াক তেওঁলোকে ৫০,০০০ দিছিল তেওঁলোকক ভাৰতৰ দ্বীপ এখনত এৰিবলৈ। তাৰ পাছত আৰু এটা ১০ জনীয়া দল উদ্ধাৰ কৰে যিয়ে ৩০০,০০০ দিয়ে নিজৰ দেশখনৰ পৰা উলাবলৈ।



Comments
Post a Comment