শ্ৰীলঙ্কাত state of emergency ঘোষণা কৰি দিয়া হৈছে। দ্বীপটোত সামাজিক মাধ্যমৰ websites বোৰ banned বন্ধ কৰি দিয়া হৈছে। আৰু গোটেই দ্বীপটোতে curfew লগাই দিয়া হৈছে। ইয়াৰ আগতে হজাৰো সংখ্যক লোক ওলাই আহিছিল ৰাস্তালৈ আন্দোলন কৰিবলৈ। দেশখনত খাদ্যৰ আৰু ইন্ধনৰ বহুত অভাৱ ঘটিছে, জনতা বহুত খঙত আছে। আৰু শ্ৰীলংকাখন বহুত বেছি Economic crisis আৰ্থিক সংকটৰ মাজত আছে।
খোৱা খাদ্যৰ লগতে পেট্ৰল ডিজেল কাৰণেও যুজি আছে। শ্ৰীলঙ্কাৰ খঙাল জনতাসকলেও ৰাষ্ট্ৰপতিৰ আৱাস গৃহত আক্ৰমণ কৰিবলৈ চেষ্টা কৰে, কিন্তু তেওঁলোকে পানী আৰু কন্দুৱা গেচৰ সন্মুখীন হব লগা হয়।
February মাহত শ্ৰীলকাৰ foreign currency reserves মানে বিদেশী মুদ্ৰা ভাণ্ডাৰ আছিল 2.3 billion dollars. January 2020 ৰ তুলনাত 70% ই তলত আছে। অৰ্থাৎ ইমানেই কম মজুদ আছে যে এক মাহৰ হে খাদ্য খামগ্ৰী আমদানি কৰিব পাৰিব নিজৰ দেশলৈ। ইয়াৰ ওপৰিও শ্ৰীলঙ্কাৰ $4 মিলিয়ন ঋণ পৰশোধ কৰিব আছে।
শ্ৰীলংকাই চেনী, অনাজ ঔষধৰ নিচিনা basic লাগতীয়াল বস্তুবোৰো বাহিৰৰ পৰা আমদানি কৰে। আমি ভাৰতীয়বোৰ বহুত ভাগ্যৱন যে এইবোৰ সামগ্ৰী ভাৰতৰ বিভিন্ন ৰাজ্যত খেতি কৰা হয়। আৰু আমি সেইবোৰ কমতে নিজৰ ঠাইতে কিনিব পৰো। অন্য দেশৰ ৰ পৰা আনিব লগা নহৈ। Low foreign currency reserves ৰ কাৰণে শ্ৰীলংকাই এইবোৰ সামগ্ৰী আমদানি কৰিব পৰা ফলত দেশৰ ভিতৰত এই সামগ্ৰী বোৰৰ মূল্য দ্ৰুত গতিত বাঢ়িবলৈ লৈছে।
আগলৈ............
Comments
Post a Comment